83
নলবাৰীঃ মানুহৰ আহ-যাহৰ বাবে ব্যৱহাৰ কৰা পথ ব্যৱহাৰ কৰিলে বনৰীয়া হাতীৰ জাকে৷ বহু সময় ধৰি পথ আৱদ্ধ কৰি ৰখাত পথৰ দুয়ো দিশে আৱদ্ধ হৈ থাকিব লগা হ’ল বহু লোক৷
বিটিএডিৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ জাকৰ মুকলি বিতৰণ তথা হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে বনৰীয়া হাতীৰ জাকে বৃহস্পতিবাৰে আবেলি প্ৰায় চাৰিমান বজাত তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলীত বহু সময় ধৰি ৰাজ পথত থিতাপি ললে এটি হাতীৰ জাকে৷