67
নগাঁওঃ নগাঁও জিলাৰ ৰাইদঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বাতিলৰ দাবীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ যৌথ সহযোগত আজি ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ।