Home ৰাজ্যমুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ পথৰ অৱস্থা দেখিলে লাজ লাগে বিধায়ক বিনোদ হাজৰিকাৰ

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ পথৰ অৱস্থা দেখিলে লাজ লাগে বিধায়ক বিনোদ হাজৰিকাৰ

by News Desk
62 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত জহি-খহি গৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ হৈ যোৱা পথটোৰ প্ৰকাণ্ড প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী-মটৰ চলাব পৰা পৰিবেশ নোহোৱা হৈছে৷ নিতৌ পথটোত দুৰ্ঘটনা সংঘটিত হৈ মানুহ ঘূণীয়া হ’ব লগা হৈছে৷ বিভিন্ন দল-সংগঠনে সময়ে সময়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই আহিছে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক বিনোদ হাজৰিকাই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ হয়৷

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ পৰিবেশ আৰু আন আন উপ-পথ সমূহৰ কদৰ্য অৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিছৰাত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই মই নিজেই ৰাস্তা বেয়া হোৱা দেখিছোঁ বুলি কয়৷ বিধায়কগৰাকীয়ে গড়কাপ্তানী বিভাগৰ লোকে গুৰুত্ব নিদিয়া বুলিও অভিযোগ উত্থাপন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0