Home ৰাজ্যবটদ্ৰৱাত বৰষুণে উদঙালে ঠিকাদাৰৰ কৰ্মৰ নমুনা

বটদ্ৰৱাত বৰষুণে উদঙালে ঠিকাদাৰৰ কৰ্মৰ নমুনা

by News Desk
60 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথটি। অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰে পৰা নামনি অসমৰ ৰাইজে সততে ব্যৱহাৰ কৰি আহিছে এই পথটি ৷

দীৰ্ঘদিনে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা এই পথটি যোৱা মাৰ্চ মাহত ৰাইজৰ দাবীৰ প্ৰতি সহাঁৰি জনাই গড়কাপ্তানী বিভাগে ইয়াৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ সেই অনুসৰি স্থানীয় দুজন ঠিকাদাৰে উক্ত পথটোৰ চকলাঘাটৰ খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ পৰা ব্ৰাহ্মনগাঁৱলৈকে থকা অংশচোৱাৰ পকীকৰণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0