71
ধুবুৰীঃ ধুবুৰী জিলাত সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাৰ অভাৱ নাই৷ দল-সংগঠনৰ নেতাই গিজিগিজাই থকা জিলাখনত সমস্যাৰো অভাৱ নাই৷ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী যোগান, স্কুল-কলেজৰ অনেক সমস্যাৰ লগতে কৃষি প্ৰধান জিলা খনত কৃষকৰ অনেক সমস্যা আছে৷
ধুবুৰী জিলাত সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাসকলে জিলাখনৰ সমস্যা তথা গ্ৰাম্য এলেকাৰ সমস্যা সমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷