46
আমগুৰিঃ এহাতে অবৈধ বাংলাদেশীৰ সমস্যা, আনহাতে চুবুৰীয়া ৰাজ্যই অসমৰ ভূখণ্ডক সামৰি বৃহৎ ৰাজ্য গঢ়াৰ সপোন ৰচিছে। এনে ক্ষেত্ৰত অসম আৰু অসমীয়াৰ ভবিষ্যতক লৈ শংকিত হৈ পৰিছে জাতীয় দল-সংগঠনসমূহ৷
গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ চৰম অমনোযোগিতা-অসহযোগিতা আৰু গোপনীয় ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত শংকিত সীমান্তবাসীয়ে এতিয়া প্ৰতিবাদৰ ভাষাকেই নিজৰ সুৰক্ষাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে৷