Home ৰাজ্যডিব্ৰুগড় পৌৰসভাৰ ১ নং ৱাৰ্ডৰ সেউজপুৰ পথৰে আহ-যাহ কৰা লোকে ভক্ষণ কৰে বীজাণু

ডিব্ৰুগড় পৌৰসভাৰ ১ নং ৱাৰ্ডৰ সেউজপুৰ পথৰে আহ-যাহ কৰা লোকে ভক্ষণ কৰে বীজাণু

by News Desk
66 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰি দেশক পৰিস্কাৰ কৰাৰ সপোন দেখিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশৰ প্ৰতিটো প্ৰাণ, প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান পৰিষ্কাৰ কৰাৰ বাবে দেশবাসীক বাৰ্তা দিছিল৷ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা গৈছিল৷

তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল’গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড়ৰ পৌৰ সভা অধীনত থকা ১ নং ৱাৰ্ডৰ সেউজপুৰ পথৰ কদৰ্যময় অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0