Home ৰাজ্যএজাক বৰষুণতে পুনৰ ডুবিল নগাঁও-বৰদোৱা সংযোগী পথ

এজাক বৰষুণতে পুনৰ ডুবিল নগাঁও-বৰদোৱা সংযোগী পথ

by News Desk
76 views
A+A-
Reset

নগাঁওঃ চিপ চিপ বৰষুণত ভিজাৰ হেপাঁহ কাৰ নাথাকে বাৰু৷ কিন্তু বৰষুণ যেতিয়া মুষলধাৰ হয় আৰু এজাক বৰষুণতে যেতিয়া ভৰি পৰে ৰাজপথ, কোন বাৰু তেতিয়া সুখী হব পাৰে৷ নগাঁও চহৰতো এতিয়া তেনে অৱস্থা৷

এজাক বৰষুণতে ডুবিল নগাঁও-বৰদোৱা সংযোগী পথ৷ প্ৰলয়ংকাৰী বানে জিলাখন এফালৰ পৰা সৰ্বশ্ৰান্ত কৰাৰ পাছতেই এতিয়া নগাঁও চহৰৰ হুজ গাঁও অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই পথটোৰ বাবে। ইয়াৰ ফলত বহুত যান-যঁটৰ সমস্যাৰ সন্মুখীন হৈছে যাত্ৰী সকল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0