55
newsnextone.com। লাহোৱালঃ জুনিয়ৰ পলিটেকনিক,শিৱসাগৰৰ মুখ্য কাৰ্যালয় সহায়ক ৰবিন দত্তৰ ডিব্ৰুগড়ৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সোমবাৰে নিশা ১০ বজাত মৃত্যু হয়।
যোৱা ২৪ আগষ্ট তাৰিখে শিৱসাগৰৰ কৰ্মস্থলীৰপৰা আহি থাকোঁতে নিশা ৮ বজাত ডিব্ৰুগড়ৰ লক্ষীনাথ বেজবৰুৱা উদ্যানৰ ওচৰত গাড়ীৰ বাবে অপেক্ষা কৰি থাকোতে হঠাৎ উচ্চ ৰক্তচাপত ভুগি ঢলি পৰে।