59
ৰোহতকঃ হাৰিয়ানাত ৫০ খন গাড়ী পৰস্পৰৰ মাজত খুন্দা খোৱাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘন কুঁৱলীৰ ফলত হাৰিয়ানাৰ ৰোহতক ঘাইপথৰ ঘটনাত এখন স্কুল বাছো আছিল৷ এই ঘটনাত ৮ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়৷
হাৰিয়ানাৰ ঝাজ নামৰ এলেকাত এই কাণ্ড সংঘটিত হয়৷ দুৰ্ঘটনা হোৱাৰ পাছত ২ কিল’মিটাৰ পৰ্যন্ত দীঘলীয়া যান-জঁট লগাত ঘটনাস্থলিৰপৰা ক্ষতি হোৱা গাড়ীসমূহক আঁতৰোৱা হৈছে৷