Home ৰাজ্যৰঙাপৰাত অব্যাহত আছে অবৈধ সুৰাৰ অবাধ প্ৰচলন

ৰঙাপৰাত অব্যাহত আছে অবৈধ সুৰাৰ অবাধ প্ৰচলন

by News Desk
A+A-
Reset

ৰঙাপৰাঃ উজনি অসমত বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোকৰ মৃত্যু হোৱাৰ পাছত আবকাৰী বিভাগটোৰ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীসকলে বিশেষ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। 

ৰঙাপৰা নগৰখনৰ মাজমজিয়াত গঢ়লৈ উঠা একাংশ দোকানত অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ দোকান সমূহ উচ্ছেদ কৰিছিল শোণিতপুৰ জিলাৰ প্ৰশাসন আৰু চৰকাৰৰ বিয়াগোম আবকাৰী বিভাগটোৱে। কিন্ত অতি পৰিতাপৰ বিষয় যে, এই অভিযান চলাৰ কিছু দিনৰ পাছতেই পুনৰ ৰমৰমীয়াকৈ চলি আহিছে চুলাই আৰু অবৈধ মদৰ ব্যৱসায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0