Home ৰাজ্যৰঙাপৰা ডান্স একাডেমীৰ নৃত্য কৰ্মশালা

ৰঙাপৰা ডান্স একাডেমীৰ নৃত্য কৰ্মশালা

by News Desk
59 views
A+A-
Reset

ৰঙাপৰাঃ স্কুলৰ গৰম বন্ধৰ দিন আৰম্ভ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিভিন্ন ধৰনৰ নৃত্য, চিত্ৰ কলা, খেল ধেমালি অনুষ্ঠান বৰ্তমান উদ্যোগতাসকলে আয়োজন কৰাৰ সময়ত মঙলবাৰে ৰঙাপৰাৰ ডান্স একাডেমীয়ে ইয়াৰে মধুময় বিবাহ ভৱনত এক সুন্দৰ পৰিৱেশৰ মাজত পাচ দিনীয়া কাৰ্যসুচীৰে নৃত্য কৰ্মশালা অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰঙাপৰা আৰক্ষী থানাৰ প্রভাৰী বিষয়া বুধিন পেগুৱে৷

বন্তি প্রজ্বলনৰে শুভাৰম্ভ কৰা অনু্ষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা অধিবক্তা সঞ্জীৱ গোস্বামীয়ে কৰ্মশালাত অংশগ্রহন কৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি কয় যে নৃত্যই মানুহৰ শাৰিৰীক ব্যায়াম ৰক্ষা কৰাৰ লগতে মনটোক প্রফুল্ল কৰি সৃষ্টিশীল কামত নিয়োজিত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0