ডিজিটেল ডেস্কঃ সকলোকে এৰি অচিনা দেশলৈ গ’ল মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী৷ ৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷ ডুবাইৰ হোটেলত হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয়৷ তেওৰ মৃত্যুক সমগ্ৰ দেশে ম্ৰিয়মান হৈ পৰে৷ কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত উত্থাপন হৈছে নানান প্ৰশ্ন৷ একাংশ লোকে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে৷
Evil ones pls realise one percent ( as fwded as my doc told me) of the population can have an cardiac arrest without any heart condition or any kind of surgery ! It’s destiny not how evil rumour mongers portray!!!