প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰৌতাৰ ঘাইপথ

Home ৰাজ্যপ্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰৌতাৰ ঘাইপথ

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰৌতাৰ ঘাইপথ

by News Desk
64 views
A+A-
Reset

ৰৌতাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়কক লৈ ৰাজ্যৰ ইমূৰৰপৰা সিমূৰলৈ উত্তাল হৈ থকাৰ সময়তে শুক্ৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এক জনসভাত অংশগ্ৰহণ কৰি জাতিধ্বংসী বিধেয়ক সংসদত গৃহীত কৰিবই বুলি দেখুওৱা আকোঁৰগোজ মনোভাৱক লৈ জাঙুৰ খাই উঠিছে সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা, চমুকৈ এ বি এমছু।

শিলচৰৰ সভাত নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতাৰে শনিবাৰে পুৱা ১১ বজাত ওদালগুৰি জিলা এ বি এমছুয়ে ৰৌতাৰ ঝাৰগাৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0