82
ৰৌতাঃ ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত পানীখাইতি পূব প্ৰাথমিক বিদ্যালয়ত ‘উৎসৱ বিদ্যাৰম্ভ’ উদযাপন কৰা হয়।
সেই উপলক্ষে পুৱা ১১ বজাত বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এক সজাগতামূলক শোভাযাত্ৰাও উলিয়ায়।