Home ৰাজ্য২৪ ঘণ্টাই বিদ্যুৎ নোপোৱাত ক্ষোভ, ৰৌতাত ‘শক্তি মন্ত্ৰী হায় হায়, তপন গগৈৰ কাম নাই’ শ্ল’গান আছুৰ

২৪ ঘণ্টাই বিদ্যুৎ নোপোৱাত ক্ষোভ, ৰৌতাত ‘শক্তি মন্ত্ৰী হায় হায়, তপন গগৈৰ কাম নাই’ শ্ল’গান আছুৰ

by News Desk
53 views
A+A-
Reset

newsnextone.com | ৰৌতাঃ বিদ্যুতৰ সঘন লুকা-ভাকুত অতিষ্ঠ এতিয়া ৰাইজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলৰ ৰাইজও অতিষ্ঠ হৈ পৰিছে বিদ্যুতৰ সঘন আহ-যাহত। দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত তিনি ঘণ্টাও বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে  ৰৌতাবাসী ৷

যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি৷ কিন্তু সেই প্ৰতিশ্ৰুতি ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলত পালন কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বিজেপি চৰকাৰে৷ উৎকট গৰমে অসহ্যকৰ কৰি তুলিছে জনজীৱন৷ ব্যাঘাট জন্মাইছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়াত৷ সঘনাই বিদ্যুতৰ লুকা-ভাকুৰ ফলত অঞ্চলটোৰ শৈক্ষিক দিশত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ লগতে বিদ্যুতত নিৰ্ভৰ কৰি চলি থকা লঘু উদ্যোগ সমূহ বিদ্যুতৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ উত্থাপন হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0