51
ডিজিটেল ডেক্সঃ যোৱা ফেব্ৰুৱাৰীত সংসদৰ বাজেট অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল যে মহাত্মা গান্ধীৰ কংগ্ৰেছমুক্ত ভাৰতৰ সপোন তেওঁ বাস্তৱয়িত কৰিবলৈ গৈ আছে।
কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ মন্ত্ৰণাদাতা আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে পুনেত তাৎপৰ্যভাৱে কয় যে ‘কংগ্ৰছমুক্ত ভাৰত’ এটা ৰাজনৈতিক শ্ল’গান। ‘মুক্ত’ শব্দটো ৰাজনীতিতহে ব্যৱহাৰ কৰা হয়, আৰএছএছে কাকো বহিৰ্ভূত কৰা শব্দ ব্যৱহাৰ নকৰে।