newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰএছএছে এইবাৰ উভতি ধৰিছে বিজেপি নেত্ৰী তথা দেশৰ বৈদেশীক মন্ত্ৰী সুষমা স্বৰাজক৷ সংঘৰ প্ৰচাৰ বিভাগৰ মুৰব্বীয়ে হিন্দু-মুছলমান দম্পতিক পাৰপত্ৰ বিষয়াই পাৰপত্ৰ নবীকৰণ নকৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়াক ন্যায় দিবলৈ দাবী জনায়৷ সংঘৰ প্ৰচাৰ বিভাগৰ মুৰব্বী ৰাজীৱ তুলিলে কয় ‘‘বিষয়া বিকাশ মিশ্ৰই ন্যায় লাভ কৰিব লাগে৷ নিৰ্যাতনৰ কাৰ্ডৰ বাহিৰে পৃথিৱীত আৰু আগলৈও বহু আছে৷’’
विकास मिश्रा को न्याय मिलने चाहिए। विक्टिम कार्ड और ऊपर तक पहुंच इससे इतर भी दुनिया है। @SushmaSwaraj आप काननों से ऊपर नहीं हैं। आशा है आप अपने इस अधिकारी की बात भी सुनेंगी। और पूरे मामले की जांच होगी https://t.co/cFaCSaoNY0