72
newsnextone.com | ডিজিটেল ডেস্কঃ ইস্তাম্বুলৰ পৰা দিল্লী অভিমুখে আহি থকা বিমানত মহিলাৰ কাষত বহি অশ্লীল আচৰণ কৰা এগৰাকী ব্যক্তিত আটক কৰা হৈছে৷
জানিবলৈ পোৱা মতে, এগৰাকী ভাৰতীয় মহিলাৰ কাষৰ আসনত বহি এজন ৰুচ দেশৰ পৰ্যটকে অশ্লীল আচৰণ কৰে৷ ব্যক্তিজনে মহিলাগৰাকীৰ সন্মুখত দেহৰ পোছাক খুলি অসভ্যালি কৰিবলৈ আৰম্ভ কৰে৷