48
ডিফুঃ আজি শাৰদীয় দুৰ্গা পূজাৰ অষ্টমী৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু চহৰতো দূৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তপ্ৰাণ সকল৷ ডিফুৰ বিভিন্ন পূজা মণ্ডপ সমূহৰ ভিতৰত অন্যতম ডিফু চহৰৰ হৃদয়স্থলীত থকা ডিফু বাজাৰ দুৰ্গা পূজা সমিতি৷
প্ৰতি বছৰৰ দৰে এই বছৰো ডিফু বজাৰ দুৰ্গা পূজা সমতিয়ে দৰিদ্ৰ মহিলা সকললৈ শাৰী কাপোৰ বিলাই এক ব্যতিক্ৰমী কাৰ্যসূচী লৈ পূজা সমিতিৰ লগতে পূজা মণ্ডপৰো গৰিমা বৃদ্ধি কৰিলে৷