Home ৰাজ্যৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ চিন্তা কৰিছে উমা ভাৰতীয়ে

ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ চিন্তা কৰিছে উমা ভাৰতীয়ে

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ নিৰ্বাচনত আৰু প্ৰতিদ্বন্দ্বিতা নকৰাৰ চিন্তা-চৰ্চা কৰিছে কট্টৰপন্থী বিজেপি নেত্ৰী সাধৱী উমা ভাৰতীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা দলৰ এগৰাকী আগশাৰীৰ নেত্ৰী উমা ভাৰতীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা উল্লেখ কৰিছিল সাংবাদিকক৷ ঝান্সীৰ সাংসদগৰাকীয়ে বয়স আৰু স্বাস্থ্যজনিত কাৰণতেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কাৰৰ পৰা বিৰত থাকিম বুলি জনোৱাৰ লগতে নিৰ্বাচন নেখেলিলেও দলৰ বাবে সদায় সকলো কাম কৰি যাম বুলি কয়৷

তেওঁ লগতে কয়, মই দুবাৰকৈ সাংসদ হৈ দলৰ বাবে বহু কাম কৰিছোঁ৷ দলৰ প্ৰগতিৰ স্বাৰ্থত দেহলৈ পিঠি দি কাম কৰাৰ বাবে কম বয়সতে শাৰীৰিক অৱস্থা শোচনীয় হৈ পৰিছে৷ কঁকাল আৰু আঁঠুৰ বিষৰ বাবে ঘুৰা-পকা কৰিব নোৱাৰা হৈ পৰিছোঁ নেত্ৰীগৰাকীয়ে৷ স্বাস্থ্যৰ অৱনতি ঘটিলেও দলৰ বাবে সদায় কাম কৰি যাম বুলি কৈ ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত উমা ভাৰতীয়ে কয়, ন্যায়ালয়ে ইতিমধ্যে মন্দিৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0