Home ৰাজ্যগুণোৎসৱত অংশ লোৱা নহ’ল, পথ দুৰ্ঘটনাত মৃত্যু প্ৰধান শিক্ষক চাহাজুল কাজিৰ

গুণোৎসৱত অংশ লোৱা নহ’ল, পথ দুৰ্ঘটনাত মৃত্যু প্ৰধান শিক্ষক চাহাজুল কাজিৰ

by News Desk
68 views
A+A-
Reset

গোৰেশ্বৰঃ পথ দুৰ্ঘটনাত পতিত হৈ এগৰাকী শিক্ষকৰ মৃত্যু হোৱাৰ ঘটনাই বাক্সা জিলাৰ গোৰেশ্বৰত গভীৰ শোক ছাঁ পৰে৷ বাক্সা জিলাৰ আগশাৰীৰ নাৰীৰ শিক্ষানুষ্ঠান গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক চাহাজুল কাজিৰ শুকুৰবাৰে পথ দুৰ্ঘটনাত মৃত্যু হয়। নিজৰ আই-১০ গাড়ীৰে গোৰেশ্বৰৰ টাউনৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত এডাল গছত খুন্দা মৰাৰ ফলত মৃক্যুক আকোৱালি লয় প্ৰধান শিক্ষকগৰাকীয়ে৷

জানিব পৰা মতে, শিক্ষয়িত্ৰী পত্নীক গোৰেশ্বৰ ৰেলষ্টেছনত থৈ ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত কিছু সময় পিছতে নিহত হয় প্ৰধান শিক্ষকৰগৰাকী। গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তর্গত মুকুণ্ডপুৰ নিবাসী তথা গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক চাহজুল কাজিয়ে শুকুৰবাৰে পুৱাই নিজৰ AS-01-DF-6368 নম্বৰৰ আই-১০ খনেৰে পত্নীক ৰঙিয়ালৈ যাৰ বাবে গোৰেশ্বৰ ৰেল ষ্টেছনত থবলৈ যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0