Home ৰাজ্যচামগুৰিৰ কাছখাইটিৰ গুলীবিদ্ধ ছাইফুল ইছলামৰ মৃত্যু

চামগুৰিৰ কাছখাইটিৰ গুলীবিদ্ধ ছাইফুল ইছলামৰ মৃত্যু

by News Desk
58 views
A+A-
Reset

চামগুৰিঃ দেওবাৰে নিশা নিজ ঘৰৰ সমীপতে আন্ধাৰৰ সুযোগলৈ দুৰ্বৃত্তই গুলীওৱা ছাইফুল ইছলাম নামৰ লোকজনে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে৷ প্ৰায় ১৫ ঘন্টা মৃত্যুৰ সৈতে যুজ দি অৱশেষত নগাঁৱৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আনি থকাৰ সময়তে মৃত্যু হয় ছাইফুল ইছলামৰ৷  নগাঁও অসামৰিক চিকিত্সালয়লৈ ছাইফুলৰ মৃতদেহ উভতাই নিয়া হয় আৰু মৰণোত্তৰ পৰীক্ষা কৰিব বুলি জানিব পৰা যায়।

নগাঁও জিলাৰ চামগুৰিৰ কাছখাইটিৰ ছাইফুল ইছলাম নামৰ এজন লোকজনক নিজ ঘৰৰ সমীপতে গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাৰ তীব্ৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ দেওবাৰে নিশা কাছখাইটিৰ ব্যৱসায়ী ছাইফুল ইছলামে সন্ধিয়া নিজ ঘৰৰ পৰা কিছু নিলগলৈ ওলাই গৈছিল৷ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কেইজনমান লোকে তেওঁৰ পিছ লয়৷ কিছু দূৰ যোৱাৰ পিছতেই পিছ লোৱা লোক কেইজনে ছাইফুলক লক্ষ্য কৰি নিচেই ওচৰৰ পৰা গুলীচালনা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0