85
ডিজিটেল ডেস্কঃ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে শনিবাৰে ৫.৩০ বজাত জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে৷ ছলমানৰ ব্যক্তিগত দেহৰক্ষী চেৰা জেলত উপস্থিত হোৱাৰ পাছতেই কাৰাগাৰৰ পাৰ ওলাই আহে ছলমান খান৷
#InPics | Salman Khan walks out of Jodhpur jail, will return home to Mumbai in a chartered flight tonight