ডিজিটেল ডেস্কঃ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত দ্বিতীয়টো নিশা কটালে৷ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন দাখিল কৰিছিল যদিও জামিনৰ ৰায় এদিনৰ বাবে স্থগিত ৰখা হৈছিল৷
#Rajasthan: District & sessions court judge Ravindra Kumar Joshi arrives at Jodhpur Court, he will be hearing #SalmanKhan's bail plea. Khan was awarded a 5-year jail term in #BlackBuckPaochingCase. pic.twitter.com/9GsbkO6uTn