Home ৰাজ্যচামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

by News Desk
64 views
A+A-
Reset

ষড়ানন বৰা, চামগুৰিঃ অসম চৰকাৰৰ বিজ্ঞান, তথ্য-প্ৰযুক্তি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত বুধবাৰে বিয়লি চামগুৰি সমষ্টিৰ লাওখোৱা-ভূৰবন্ধা অঞ্চলত উপস্থিত হৈ বানপীড়িত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয়৷

মন্ত্ৰীগৰাকীয়ে লাওখোৱাৰ মূল মথাউৰিটো সুৰক্ষিত কৰিবলৈ আৰু বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আঁচনি ঘোষণা কৰে৷ বানাক্ৰান্ত লোকসকলক সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰী মহন্তই বিষয়াসকলক যাৱতীয় নিৰ্দেশ প্ৰদান কৰে৷ লগতে বুঢ়াচাপৰি অভয়াৰণ্যসহ শোণিতপুৰ জিলাৰ দক্ষিণপাৰৰ ধনীয়া গাঁৱৰ বান-গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0