59
চামগুৰিঃ নগাঁৱৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ ভেৰভেৰীত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
চলচলীৰপৰা গোমোঠাগাঁৱলৈ গৈ থকা এখন ছুইফ্ট ডিয়াজাৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে থকা দোকানত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।