Home ৰাজ্যবঢ়মপুৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসত হাজাৰ গছপুলি বিতৰণ

বঢ়মপুৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসত হাজাৰ গছপুলি বিতৰণ

by News Desk
70 views
A+A-
Reset

ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাবে “সেউজী ধৰণী ধুনীয়া” আদৰ্শৰে অনুপ্ৰাণিত হৈ বৃক্ষৰোপনৰ কাৰ্যসূচীৰে উদযাপন কৰিলে দ্বাদশতম প্ৰতিষ্ঠা দিৱস। বঢ়মপুৰ প্ৰেছ ক্লাবে অনুষ্ঠানটিৰ দ্বাদশতম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমুহৰ দৰেই এক বিস্তৃত বৃক্ষ ৰোপনৰ কাৰ্যসূচীৰে “সেউজী ধৰণী ধুনীয়া” ধাৰণা সমাজত প্ৰতিষ্ঠা কৰিবলৈ সমগ্ৰ অঞ্চলত ১০০০ মূল্যবান গছপুলি বিতৰন কৰে। 

গছপুলি বিতৰণৰ সময়ত “এক বৃক্ষ দশ গুণীপুত্ৰৰ সমান” “গছক কৰিবা যতন, সময়ত মিলিব ৰতন”  শ্ল’গানেৰে জনমানসত সজাগতা সৃষ্টিৰ বাবে লোৱা কাৰ্যসূচীয়ে ব্যাপক সহাৰি লাভ কৰা দেখা যায়। এই উপলক্ষে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক কনকচন্দ্ৰ হাজৰিকা প্ৰমূখ্যে কেইবাগৰাকী সাংবাদিক, স্থানীয় কবি-শিল্পী তথা অঞ্চলৰ গণ্য-মান্য ব্যক্তিয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0