Home ৰাজ্যপ্ৰেমৰ দিনটোতে ৰঙাঘৰৰ আলহী ফেচবুক প্ৰেমিক

প্ৰেমৰ দিনটোতে ৰঙাঘৰৰ আলহী ফেচবুক প্ৰেমিক

by News Desk
A+A-
Reset
ab2f8b02-b09d-4630-bf86-08bd3f322895

চামগুৰিঃ প্ৰেমৰ দিনাটোতে নগাঁৱৰ চামগুৰিত ৰঙাঘৰৰ আলহী হ’ল এজন দুৰ্দ্দান্ত ফেচবুক প্ৰেমিক। ফেচবুকৰ জৰিয়তে চামগুৰিৰ এগৰাকী যুৱতীৰ সৈতে চিনাকী হৈ চলেৰে এপষেক পূৰ্বে যুৱতীগৰাকীক অপহৰণ কৰি বৃহস্পতিবাৰে অৰ্থাৎ ভেলেন্টাইন ডে’ৰ দিনাই আৰক্ষীৰ জালত পৰিল নগাঁও চহৰৰ অভিযুক্ত যুৱক পংকজ গগৈ।

উল্লেখ্য যে, চামগুৰিৰ অপহৃত যুৱতীগৰাকীক ফেচবুক প্ৰেমিক পংকজে প্ৰথম অৱস্থাত তেজপুৰ বিভিন্ন স্থানত কেইবাদিনো আবদ্ধ কৰি ৰাখি যুৱকজনৰ পৰিয়ালৰ সহযোগত কেইদিনমান পূৰ্বে নিশা যুৱতীগৰাকীৰ পদূলিত নমাই থৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে অপহৃতা যুৱতীগৰাকীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0