Home ৰাজ্যচামগুৰি ৰঙাগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা

চামগুৰি ৰঙাগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
A+A-
Reset
8b222391-33fc-411c-9bbd-abbd6085226a

চামগুৰিঃ চামগুৰিৰ ৰঙাগড়াত বুধবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। পত্নীৰ বাবে উপহাৰ কিনি উভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন যুৱকে, লগতে গুৰুতৰভাবে আহত হ’ল আন এজন যুৱকো। 

ৰঙাগড়া তিনিআলিৰ সমীপতে যান্ত্ৰিক বিজুতিৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰপৰা খুন্দিয়াই থিতাতে নিহত হয় বাইক চালক প্ৰাঞ্জল প্ৰধান নামৰ আমলখি বাগিছাৰ যুৱকজন। ইফালে, লগতে থকা আৰোহী বিনয় বেহেৰাও দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱাত সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ঘটনাস্থলিত উপস্থিত হোৱা চামগুৰি আৰক্ষীৰ সহযোগত গুৱাহাটীলৈ প্ৰেৰণ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0