Home ৰাজ্যপুৰণিগুদামত গ্ৰীষ্মকালীন নৃত্য কৰ্মাশালাৰ সফল সামৰণি

পুৰণিগুদামত গ্ৰীষ্মকালীন নৃত্য কৰ্মাশালাৰ সফল সামৰণি

by News Desk
A+A-
Reset
3f0b8e29-56e4-4f05-91c8-b4a93a894819

ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমৰ উদ্যোগত আয়োজন কৰা গ্ৰীস্মকালীন নৃত্য কৰ্মশালাখনৰ শনিবাৰে নিশা সফল সামৰণি পৰে।

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কৰ্মশালাখনৰ সাংস্কৃতিক অনুষ্ঠানত যুৱতী সকলৰ এটা দলে কান্ধত ঢোল লৈ প্ৰৰ্দশন কৰা ঢোলবাদনৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আপ্লুত কৰে। নব প্ৰজন্মৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাখনৰ সামৰণিৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্যান্য কাৰ্যসূচীৰ লগতে যুৱতীৰ দলটোৱে প্ৰৰ্দশন কৰা ঢোলবাদন কাৰ্যসূচীটোৰ স্থানীয় ৰাইজে বিশেষভাৱে শলাগ লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0