Home দেশপুত্ৰসহ কেমেৰাৰ সমুখতে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ নেতাক গুলীয়াই হত্যা

পুত্ৰসহ কেমেৰাৰ সমুখতে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ নেতাক গুলীয়াই হত্যা

by News Desk
A+A-
Reset
shot

লক্ষ্নৌঃ কৰ’না কালৰ মাজতে উত্তৰ প্ৰদেশত মঙলবাৰে কেমেৰাৰ সমুখত দিন-দুপৰতে সমাজবাদী পাৰ্টীৰ এজন নেতা আৰু তেওঁৰ পুত্ৰক গুলীয়াই হত্যা কৰা হয়। ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ ছম্ভাল জিলাৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা। 

মনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা এটা পথক লৈ হোৱা বিবাদৰ পিছতে স্থানীয় এজন লোকে গুলীয়াই হত্যা কৰে সমাজবাদী নেতা চোটে লাল দিবাকৰ আৰু তেওঁৰ পুত্ৰ সুনীলক। এই সমস্ত ঘটনাৰ দৃশ্য মোবাইল কেমেৰাত আৱদ্ধ কৰি ৰাখে এজন প্ৰত্যক্ষদৰ্শীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0