Home ৰাজ্যতেজপুৰ সাহিত্য সভা ভৱনত সুধাকন্ঠক স্মৰণ, সুৰজিতৰ ‘সময়’ এলবাম মুকলি

তেজপুৰ সাহিত্য সভা ভৱনত সুধাকন্ঠক স্মৰণ, সুৰজিতৰ ‘সময়’ এলবাম মুকলি

by News Desk
85 views
A+A-
Reset

কোকৰাঝাৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ সতে সংগতি ৰাখি দেওবাৰে তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ড০ ভূপেন হাজৰিকা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰতিভাৱান শিল্পী সুৰজিৎ মহন্তৰ “সময়” শীৰ্ষক শ্ৰব্য সঁফুৰা মুকলি কৰা হয়।

মুঠ আঠোটি গীতৰ শ্ৰব্য সঁফুৰাখনত কণ্ঠদান কৰিছে সুৰজিৎ মহন্তই। সহযোগী শিল্পী হিচাপে চয়নীকা কৌশিকেও কণ্ঠদান কৰিছে । গীতৰ কথা-সুৰ সুৰজিৎ মহন্তৰ। গুৱাহাটীৰ অডিটেক আৰু চিকমিক ষ্টুডিঅ’ত বাণীবদ্ধ কৰা শ্ৰব্য সঁফুৰা “সম”ত সংগীত ব্যৱস্থাপনা কৰিছে জনপ্ৰিয় সংগীতকাৰ ক্ৰমে পৰাণ বৰকটকী, বিপ্লৱ গোস্বামী, সিদ্ধাৰ্থ দাস, পৰীক্ষিত কলিতা আৰু ৰণদা শৰ্মাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0