52
newsnextone.com। বঢ়হমপুৰঃ নগাঁৱৰ চামগুৰি আৰক্ষীৰ জালত পৰিল এটা বৃহৎ গাড়ী চুৰি চক্ৰ। চামগুৰি আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি চামগুৰি সমীপৱৰ্তী মিছাত অভিযান চলাই দুটাকৈ কুখ্যাৎ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে।
চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত চোৰ দুটা নাছিৰ আলী আৰু জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটকাধীন চোৰ দুটাৰ পৰা বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিছে।