55
চামগুৰিঃ মৰ্মান্তিক চুলাই ট্ৰেজেডিৰ পিছৰেপৰা স্বেচ্ছাসেৱী সংগঠন, স্থানীয় ৰাইজ তথা প্ৰশাসনৰ নেতৃত্বত ৰাজ্যত ব্যাপক ৰূপত চলিছে সুৰা বিৰোধী অভিযান। নগাঁৱৰ পুৰণিগুদামৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি অত্যাধিকভাৱে প্ৰচলন চলি থকা দেশী-বিদেশী সুৰাৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে একাংশ ভুক্তভোগী মহিলা।
