Home ৰাজ্যউদ্ধাৰ হ’ল টাটা ডি আই মিনি ট্ৰাক

উদ্ধাৰ হ’ল টাটা ডি আই মিনি ট্ৰাক

by News Desk
A+A-
Reset
c81bb459-e3a5-48b3-8f78-1ffd1640c9b6

চামগুৰিঃ চামগুৰিৰ লাইলুৰিৰপৰা ডকাইতৰ দলে হাইজেক কৰা টাটা মিনি ট্ৰাক নিশা উদ্ধাৰ হয় সোণাৰিবালিত। চামগুৰি আৰক্ষী আৰু আমবাগান আৰক্ষীৰ যুটীয়া অভিযানত চামগুৰিৰ সোণাৰিবালিৰপৰা দেওবাৰে নিশা উদ্ধাৰ হয় AS-01CC-4495 নম্বৰৰ টাটা ডি আই মিনি ট্ৰাকখন। 

চাৰিজনীয়া ডকাইতৰ এটা দলে চালক পুত্ৰ আৰু মালিক ফৈজুদ্দিনক চোকা অস্ত্ৰ দেখুওৱাই কাঢ়ি নিছিল তামোল ভৰ্তি মিনি ট্ৰাকখন। উল্লেখ্য যে, দুই পিতা-পুত্ৰই তেজপুৰৰ বালিপাৰাৰপৰা কেঁচা তামোলৰ শতাধিক বস্তালৈ নগাঁৱৰ জুৰীয়াস্থিত নিজৰ ঘৰলৈ গৈ থকাৰ অৱস্থাত সংঘটিত হৈছিল এই চাঞ্চ্যলকৰ অপহৰণ কাণ্ডটো। অৱশ্যে ডকাইতৰ দলৰ এজনক মালিক ফৈজুদ্দিনে চিনাক্ত কৰাৰ ভিত্তিত ইতিমধ্যেই ডকাইতৰ দলটোৰ লগতে উদ্ধাৰ নোহাৱা কেইবা লক্ষাধিক টকা মূল্যৰ তামোল খিনিৰ সন্ধান অব্যাহত ৰাখিছে দুয়োখন থানাৰ আৰক্ষীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0