53
তেজপুৰঃ তেজপুৰ অসমৰ সমাজ জীৱনৰ সাহস৷ অসমৰ জাতীয় জীৱনৰ উদ্যম৷ অসম আন্দোলনত তেজপুৰৰ অৱদান যঠেষ্ট আছে৷
এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ দেওবাৰে এআৰচি সন্দৰ্ভত শোণিতপুৰ জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰিবলৈ গৈ তেজপুৰত উপস্থিত হৈ এই মন্তব্য আগবঢ়োৱাৰ লগতে আমাৰ জাতিটোৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্বটোৱে এনআৰচিৰ কামৰ সৈতে জৰিত লোকসকলৰ বুলি কয়৷