অসম চুক্তিক পৰিকল্পিতভৱে কেনেকৈ নস্যাৎ কৰিব বিচাৰিছে বি জে পিয়ে?

Home ৰাজ্যঅসম চুক্তিক পৰিকল্পিতভৱে কেনেকৈ নস্যাৎ কৰিব বিচাৰিছে বি জে পিয়ে?

অসম চুক্তিক পৰিকল্পিতভৱে কেনেকৈ নস্যাৎ কৰিব বিচাৰিছে বি জে পিয়ে?

by News Desk
53 views
A+A-
Reset

অসম চুক্তিৰ পঞ্চম দফাক হত্যা কৰি অসমীয়াক সাংবিধানিক ৰক্ষাকবচৰ ব্যৱস্থা থকা ষষ্ঠ দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন সমিতি গঠন কৰি অসমীয়াক আভুৱা-ভাঁৰাৰ কৌশল ৰচনা কৰিছে। চুক্তিৰ পঞ্চম দফাত ১৯৭১ চনলৈকে অসমলৈ অহা সকলো হিন্দু বা মুছলমান বিদেশীক নাগৰিকত্ব দিয়াৰ বিষয়টো সকলোৱে মানি লৈ ইয়াৰ পাছত অহা কোনো বিদেশীকে নাগৰিকত্ব নিদিয়াৰ সিদ্ধান্ত লৈছে।

কিন্তু বি জে পিয়ে অসম চুক্তিক নস্যাৎ কৰি ২০১৬ চনৰ ডিচেম্বৰলৈকে ভাৰতত প্ৰৱেশ কৰা সকলো হিন্দু বাংলাদেশীকে নাগৰিকত্ব সংশোধনী বিধেয়কৰদ্বাৰা নাগৰিকত্ব দিব বিচাৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0