Home ৰাজ্যদলংঘাট শংকৰ-আজান জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

দলংঘাট শংকৰ-আজান জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

by News Desk
55 views
A+A-
Reset

নগাঁওঃ বটদ্ৰৱা সমষ্টিৰ দলংঘাটত এবছৰ পূৰ্বে মঙলবাৰৰ দিনটোতে শিক্ষাক ভালপোৱা কেইগৰাকীমান লোকে স্থাপন কৰিছিল শংকৰ-আজান জাতীয় বিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠান৷ চাওঁতে চাওঁতে শিক্ষানুষ্ঠান খনে এবছৰ সম্পূৰ্ণ কৰিলে৷ মঙলবাৰে শিক্ষানুষ্ঠান খনৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷

মঙলবাৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত অভ্যাগত, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ অন্তত বিদ্যালয়ৰ ছাত্ৰী স্বাগতা কুমাৰীয়ে বিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰী গৰাকীৰ জন্ম দিৱস উপলক্ষ্যে কেক কাটে৷ পুৱা ১০ বজাত বিগত বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছতে বিশিষ্ট শিক্ষাবিদ জামালুদ্দিন আহমেদৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0