54
নাৰায়ণপুৰঃ পিছলা আঞ্চলিক শ্ৰী শ্ৰী শংকৰ গুৰু জন্মজয়ন্তীৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯তম জন্ম জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে৷
অহা ২৮, ২৯, আৰু ৩০ ছেপ্তেম্বৰত (১১, ১২, ১৩ আহিন) তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ২নং বৰপথাৰ জৰাবাৰী গাঁৱৰ নামঘৰত গুৰুজনাৰ জন্মজয়ন্তী পালন কৰা হ’ব৷