Home ৰাজ্যবটদ্ৰৱা থানত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ আয়োজন

বটদ্ৰৱা থানত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ আয়োজন

by News Desk
50 views
A+A-
Reset

জাজৰিঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱা থানত পৰম্পৰাগত নীতিৰক্ষা কৰি ২৯, ৩০ চেপ্তেম্বৰ আৰু ১ অক্টোৱৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া গুৰুজনাৰ জন্মজয়ন্তীৰ প্ৰচাৰপত্র আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে।

আজি থান প্ৰাঙ্গনৰ সভাগৃহত থান পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতিত সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে প্ৰকাশিত কাৰ্যসূচীভাগ মুকলি কৰে। প্ৰকাশিত তিনিদিনীয়া কাৰ্যসূচীত তালকোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোলপ্ৰসংগ, নামপ্ৰসংগ, গুৰুচৰিত পাঠৰ উপৰি প্ৰথম দিনা সন্ধিয়া ৬ বজাত সত্রীয়া সাংস্কৃতিক অনুষ্ঠান, দ্বিতীয় দিনা পুৱা  ৯ বজাত সাংস্কৃতিক শোভাযাত্রা, নিশা ৯ বজাত শ্ৰীশ্ৰী নৰোৱা সত্রৰ ভক্তসকলে পৰিবেশন কৰিব “বলি চলন” ভাওনা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0