Home ৰাজ্যপৰিৱেশ ৰক্ষাৰ নীৰৱ আন্দােলন চতাই গাৰো গাঁৱত

পৰিৱেশ ৰক্ষাৰ নীৰৱ আন্দােলন চতাই গাৰো গাঁৱত

by News Desk
92 views
A+A-
Reset

বালিপৰাঃ হিমালয়ৰ পাদদেশৰ এখন গাঁও। যি গাঁৱৰ কাষতে লাগি অাছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অাৰু বালিপৰা সংৰক্ষিত বনাঞ্চল। গাঁও খন হ’ল গাৰো গাওঁ।বালিপৰা ভালুকপুং পথত অৱস্থিত এই গাওঁখনৰ ৰাইজে কাহিলী পুৱাতেই গছ পুলি ৰোপণ আৰম্ভ কৰে।

গাওঁখনৰ যুৱক সংঘ,ৰাইজ,মহিলা অাৰু বিশিষ্ট যুৱ সমাজকৰ্মী চাৰ্চিল মাৰাকৰ উদ্যোগত আয়োজন  কৰা হয় এই বৃক্ষৰোপণ কাৰ্যসূচীৰ। প্ৰকৃতিৰ লগত সংগতি ৰাখি  আয়োজন কৰা এই অনুষ্ঠানটিত সংগ দিয়ে চাৰিদুৱাৰ অাৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত  বিষয়া  সতীশ চাহুৰ লগতে “জনমত” বালিপৰাৰ চাৰিদুৱাৰ মৌজা অাৰু নামেৰি সুৰক্ষা মঞ্চৰ হৈ ৰাজেশ পাণ্ডীয়া, ৰূপম কোচ, ৰূপজ্যোতি দাসে আৰু অসম সেনাৰ জিলা সংগঠক তথা সমাজকৰ্মী ৰাজনিশ শইকীয়াই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0