Home ৰাজ্যগোৰেশ্বৰত শৰণীয়া-কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন

গোৰেশ্বৰত শৰণীয়া-কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন

by News Desk
A+A-
Reset
goreshwar1

 

গোৰেশ্বৰঃ  মহিলা বা শিশু সকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰে যি সমূহ আয়োগ গঠন কৰি দিছে তেওঁলোকৰ দায়িত্ব কেবল শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি দৰমহা খোৱালৈ সীমিত হৈ পৰিছে। তেওঁলোকে মহিলা সকলৰ বাবে কাম কৰিবলৈ  সঁচা অৰ্থত আগবাঢ়ি আহিব লাগিব। এই মন্তব্য ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট নাৰী অধিকাৰ সেৱী সুমিত্ৰা হাজৰিকাৰ। বাগসা জিলাৰ  গোৰেশ্বৰত আজি  শৰণীয়া- কচাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ ১৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন উপলক্ষে আয়োজিত এক মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে নিজৰ ভাষনত হাজৰিকাই এনেদৰে কয়। তেওঁ আৰু কয় যে আধুনিক নাৰীবাদ বৰ্জন কৰিব লাগে । নাৰী সকলৰ বিভিন্ন সমস্যা আৰু সমাজত নাৰীৰ অধিকাৰ যে  আজিও সুৰক্ষিত নহয় তাৰ ব্যাখ্যা দাঙি ধৰে সুমিত্ৰা হাজৰিকাই।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0