59
গুৱাহাটীঃ ঐতিহ্যমণ্ডিত ভূমিপুত্ৰ মটক জনগোষ্ঠীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মটক ৰজা সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰিব।
একালত মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব দিয়া মটক জনগোষ্ঠীয়ে প্ৰাক-আহোম যুগৰপৰাই অসমৰ সৌমাৰখণ্ডত বসবাস কৰি আহিছে৷ মটক জনগোষ্ঠীৰ ৰজাগৰাকীৰ নামত প্ৰতিবছৰে প্ৰদান কৰি অহা বঁটা এইবেলি মুখ্যমন্ত্ৰীক প্ৰদান কৰিব।