69
কলগছিয়াঃ পশ্চিমবংগত চিকিৎসকৰ ওপৰত চলা হিসাংত্মক ঘটনাৰ বিৰুদ্ধে সৰ্বভাৰতীয় চিকিৎসক সন্থাই সোমাবাৰে সমগ্ৰ দেশতে চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে।
এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই অসম চৰকাৰী চিকিৎসা সন্থাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই আন্দোলনৰ সম্পূৰ্ণ প্ৰভাৱ পৰে বৰপেটা অসামৰিক চিকিৎসালয় কলগছিয়াত৷