54
চতিয়াঃ চতিয়াৰ চতিয়াল গাঁৰত জন্ম গ্ৰহণ কৰা ভবেন হাজৰিকাই ৭০ বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ দুদিন গুৱাহাটী দিচপুৰ হাস্পটালত চিকিৎসাধীন হৈ শুকুৰবাৰে নিশা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
নিৰ্জীৱ কাঠ কাটি প্ৰাণ দিয়া ভবেন হাজৰিকাৰ হাতৰ পৰশ অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ নাম ঘৰে নাম ঘৰে সজিব হৈ আছে ভাষ্কৰ্য। ভবেন হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সিংহাসন সাত সাগৰ তেৰ নদীৰ সিপাৰে আমেৰিকা, ইংলেণ্ডলৈও গৈছে।