Home ৰাজ্যচতিয়াত ধৰ্ষণ কাণ্ড

চতিয়াত ধৰ্ষণ কাণ্ড

by News Desk
58 views
A+A-
Reset

ডিজিটেল ডেস্ক |চতিয়াঃ দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে দশমীৰ নিশা চতিয়াত সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা এক ধৰ্ষণ কাণ্ড৷ চতিয়াৰ ইটাখোলাত দুই নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী ১৩ বছৰীয়া কিশোৰীক৷ চতিয়াৰ টেংঙা বস্তি বালিদোঙাৰ হাচমত আলি আৰু চাহাবুদ্দিন আলি নামৰ লম্পট দুটাই এনে ঘৃণনীয় কাৰ্য সংঘটিত কৰে৷

একে অঞ্চলৰে কিশোৰী এগৰাকীক শুকুৰবাৰে ঘৰত কোনো নথকা অৱস্থাত সন্ধিয়া ঘৰৰ পৰা কিছুদূৰ নিলগত অনুষ্ঠিত হোৱা পূজাৰ মেলা দেখুৱাম বুলি কৈ এখন মটৰচাইকেলত তুলি নি পূজা দেখুৱাই নিশা প্ৰায় ৯ বজাত পুনৰ উভতাই আনি ইটাখোলা বজাৰ গৃহত দলবদ্ধভাৱে ধৰ্ষণ কৰি পেলাই থৈ যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0