60
চতিয়াঃ এটি মথাউৰিক লৈ আতংকিত হৈ পৰিছে ৰাইজ৷ অলপ ঠাই বাবে ৰৈ থকা মথাউৰিটো নিশাৰ ভিতৰতে নিশ্চিহ্ন হোৱাৰ আশংকাত টোপনি নোহোৱা হৈছে ৰাইজৰ৷
চতিয়াৰ দক্ষিণ অঞ্চলৰ বিশ্বনাথ, চতিয়া, জামোগুৰি হাটক ৰক্ষা কৰি থকা বিশ্বনাথৰ পানপুৰ মথাউৰিটো ৯০ শতাংশ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে৷ খহনীয়াৰ গ্ৰাসত পৰা মথাউৰিটোৰ তলৰ অংশ পানীত খহি যাবলৈ লৈছে।