বয়োজ্যেষ্ঠ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীৰ ১০৫ বছৰত মৃত্যু

Home ৰাজ্যবয়োজ্যেষ্ঠ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীৰ ১০৫ বছৰত মৃত্যু

বয়োজ্যেষ্ঠ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীৰ ১০৫ বছৰত মৃত্যু

by News Desk
51 views
A+A-
Reset

ফিল’বাৰীঃ ৰাজ্য খনৰ ভিতৰতে বয়োজ্যেষ্ঠ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীয়ে ১০৫ বছৰ বয়সত মৃত্যুক আকোৱালি লয়৷ ডুমডুমাৰ শিমলুগুৰি মায়ামৰা বজ্ৰপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীয়ে দেওবাৰে ডুমডুমাৰ শিমলুগুৰিৰ নিজ বাস ভৱনত মৃত্যুক আকোৱালি লয়।

তেওৰ মৃত্যুৰ খবৰ প্ৰচাৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে অগণন ভক্ত তথা গুণমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ অনন্ত ভূজ হিচাপে খ্যাত আছিল সত্ৰাধিকাৰগৰাকী৷ দেওবাৰে সন্ধিয়া প্ৰায় ছয় বজাত ধৰ্ম গুৰুগৰাকীয়ে ইহ লীলা সম্বৰণ কৰে। ডুমডুমাৰ শিমলুগুৰি মায়ামৰা বজ্ৰপুৰ সত্ৰতো মৃত্যুক আকোৱালি লোৱা  লেচেন চন্দ্ৰ গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে বিভিন্ন দল-সংগঠনে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0