Home ৰাজ্যনগাঁৱৰ আলিটাঙনী মৌজাৰ মৌজাদাৰ ছৈয়দুৰ ৰহমানৰ মৃত্যু

নগাঁৱৰ আলিটাঙনী মৌজাৰ মৌজাদাৰ ছৈয়দুৰ ৰহমানৰ মৃত্যু

by News Desk
58 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ আলিটাঙনী গাঁৱৰ নিবাসী তথা আলিটাঙনী মৌজাৰ মৌজাদাৰ হাজী ছৈয়দুৰ ৰহমানে মৃত্যুক আকোৱালি লয়৷ ৭০ বছৰ বয়সত দেওবাৰে নিশা প্ৰায় ১১ বজাত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত  মৃত্যু হয় ৰহমানৰ।

উল্লেখযোগ্য যে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ গুৰি ধৰোতা, প্ৰাক্তন বিধায়ক, কৃষক নেতা মৰহুম ওচমান আলী সদাগৰৰ নাতি প্ৰয়াত ছৈয়দুৰ ৰহমান, ১৯৯২ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আলিটাঙনী মৌজাৰ মৌজাদাৰ হিচাপে দায়িত্বত আছিল গ্ৰহণ কৰি আছিল। আলিটাঙনী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0